FutureReady Kids Lab - Future Tech Skills
🚀

Coming Soon

আগলৈ আহিব

FutureReady Kids Lab - Future Tech Skills is currently being built by the Axomiya IT Labs community. Detailed documentation, interactive demos, and source code repository links will be published here upon official release.

FutureReady Kids Lab - ভৱিষ্যতৰ প্ৰযুক্তি প্ৰয়োগশালা বৰ্তমান অসমীয়া আই টি লেবছ সম্প্ৰদায়ৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে। আনুষ্ঠানিক মুকলিৰ পিছত ইয়াৰ বিস্তৃত নথিপত্ৰ, ডেম' আৰু মুক্ত-উৎস ক'ড ৰিপ'জিটৰী লিংকসমূহ ইয়াত প্ৰকাশ কৰা হ'ব।

Overview বিৱৰণ

For parents and schools to foster early STEM skills, problem solving, and technological curiosity.

অভিভাৱক আৰু শিক্ষকসকলৰ বাবে সৰু অৱস্থাতে শিশুসকলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দক্ষতা বৃদ্ধিৰ সঁজুলি।

Planned Features পৰিকল্পিত বৈশিষ্ট্যসমূহ

Age-customized STEM activities, robotics project guides, and logic-building puzzles.

বয়স অনুসৰি STEM ক্ৰিয়াকলাপ, ৰবটিক্স গাইড আৰু তৰ্কমূলক চিন্তাৰ খেল।