Axomiya IT Labs Projects
Live Projects চলিত প্ৰকল্প

Ready to use today.

আজি ব্যৱহাৰৰ বাবে প্ৰস্তুত।

Axomiya IT Labs Community Website
CommunityOpen Source
Live

Axomiya IT Labs Community Website

Axomiya IT Labs সম্প্ৰদায় ৱেবছাইট

The official open-source home for Axomiya IT Labs, built for community learning, projects, blogs, and contribution pathways.

Axomiya IT Labs ৰ আনুষ্ঠানিক মুক্ত-উৎস ঘৰ, সম্প্ৰদায়ৰ শিক্ষা, প্ৰকল্প, ব্লগ আৰু অৱদানৰ পথৰ বাবে নিৰ্মিত।

What it is এইটো কি

For learners, contributors, and community members to discover Axomiya IT Labs, explore projects, and start contributing.

শিক্ষাৰ্থী, অৱদানকাৰী আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ বাবে Axomiya IT Labs চিনা, প্ৰকল্পসমূহ অন্বেষণ কৰা আৰু অৱদান আৰম্ভ কৰাৰ স্থান।

What's inside ভিতৰত কি আছে

Bilingual pages, project directory, contribution guide, blog content, community links, and open-source documentation.

দ্বিভাষিক পৃষ্ঠা, প্ৰকল্প ডাইৰেক্টৰী, অৱদান নিৰ্দেশিকা, ব্লগ সমল, সম্প্ৰদায়ৰ লিংক আৰু মুক্ত-উৎস নথিপত্ৰ।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
WhatAfter12 - Career Clarity Guidance
EducationCareer
Live

WhatAfter12 - Career Clarity Guidance

WhatAfter12 - কেৰিয়াৰ স্পষ্ট নিৰ্দেশিকা

Know all higher education paths, jobs & earning opportunities after 12th in the age of AI.

AI যুগত দ্বাদশ শ্ৰেণীৰ পিছত উচ্চ শিক্ষা, চাকৰি আৰু উপাৰ্জনৰ সকলো পথ চিনি পাওক।

What it is এইটো কি

For students and parents who want clear, actionable guidance on what to study and where to build a future career.

উচ্চ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে কেৰিয়াৰ বাছনিৰ এক স্পষ্ট আৰু নিৰ্ভৰযোগ্য নিৰ্দেশিকা।

What's inside ভিতৰত কি আছে

Career path explorer, college finder guide, job market insights, AI impact analysis, and skill roadmaps.

কেৰিয়াৰ পথ অন্বেষণকাৰী, মহাবিদ্যালয় নিৰ্বাচন গাইড, চাকৰি বজাৰৰ বিশ্লেষণ, AI প্ৰভাৱ আৰু উপাৰ্জনৰ পথনিৰ্দেশ।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
GWM Finance - Financial Literacy Hub
FinanceEducation
Live

GWM Finance - Financial Literacy Hub

GWM Finance - টকা-পইচাৰ মৌলিক জ্ঞান

Master money basics — saving, smart investing, inflation management, and wealth building.

টকা-পইচাৰ ধনাত্মক ব্যৱহাৰ — সঞ্চয়, বুদ্ধিয়ক বিনিয়োগ, মুদ্ৰাস্ফীতি আৰু বিত্তীয় সুৰক্ষা।

What it is এইটো কি

For beginners who want to understand personal finance without confusing jargon or complex math.

জটিল বিত্তীয় শব্দ বা কঠিন চাৰ্ট নোহোৱাকৈ ব্যক্তিগত বিত্তীয় ব্যৱস্থাপনা সৰলকৈ বুজিব বিচৰাসকলৰ বাবে।

What's inside ভিতৰত কি আছে

Saving principles, investing 101, inflation breakdown, budgeting toolkits, and financial literacy quizzes.

সঞ্চয়ৰ মৌলিক নিয়ম, বিনিয়োগ ১০১, মুদ্ৰাস্ফীতিৰ ব্যাখ্যা, বাজেট গাইড আৰু বিত্তীয় জ্ঞানৰ কুইজ।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
Krittimat - AI Tools & Prompts Hub
AIPlatform
Live

Krittimat - AI Tools & Prompts Hub

Krittimat - AI সঁজুলি আৰু প্ৰম্প্ট হাব

Discover and compare premier AI tools for image generation, coding, writing, and voice synthesis.

ছবি নিৰ্মাণৰ পৰা কোডিং, লেখা আৰু ধ্বনি ক্লোনিংকৈ প্ৰয়োজনীয় শ্ৰেষ্ঠ AI সঁজুলিসমূহ চিনি পাওক।

What it is এইটো কি

For creators, developers, and learners to discover, compare, and master top AI platforms in one place.

সৃষ্টিকৰ্তা, ডেভেলপাৰ আৰু শিকাৰুসকলৰ বাবে এক স্থানতে শ্ৰেষ্ঠ AI সঁজুলিসমূহ বিচাৰি তুলনা কৰাৰ মঞ্চ।

What's inside ভিতৰত কি আছে

Curated tool directory, verified prompt library, tool comparison engine, and user reviews.

সঁজুলি ডাইৰেক্টৰী, পৰীক্ষিত প্ৰম্প্ট লাইব্ৰেৰী, সঁজুলি তুলনা এঞ্জিন আৰু সম্প্ৰদায়ৰ পৰ্যালোচনা।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
VibeCheatCode - Developer Deployment Guide
Developer ToolsEducation
Live

VibeCheatCode - Developer Deployment Guide

VibeCheatCode - প্ৰকল্প চলোৱা আৰু ডেপ্লয়মেণ্ট গাইড

Learn local AI environment setup, debugging techniques, and cloud deployment to Vercel, AWS, & Netlify.

AI প্ৰকল্প স্থানীয়ভাৱে চলাব আৰু Vercel, AWS, Netlify বা Azure ত ডেপ্লয় কৰিবলৈ শিকক।

What it is এইটো কি

For builders who can prompt AI but need step-by-step guidance on running, debugging, and launching projects live.

যিসকলে AI প্ৰম্প্ট লিখিব জানে কিন্তু ক'ড চলাবলৈ, ডিবাগ কৰিবলৈ আৰু ডেপ্লয় কৰিবলৈ সহায় বিচাৰে।

What's inside ভিতৰত কি আছে

Local setup tutorials, step-by-step deployment guides for Vercel/AWS/Netlify, and CI/CD basics.

স্থানীয় ছেটআপ নিৰ্দেশিকা, Vercel/AWS/Netlify ৰ বাবে ডেপ্লয়মেণ্ট গাইড আৰু CI/CD ৰ মৌলিক বিষয়।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
BuyCryptoWisely - Responsible Crypto Literacy
FinanceEducation
Live

BuyCryptoWisely - Responsible Crypto Literacy

BuyCryptoWisely - সুৰক্ষিত ক্ৰিপ্ট' শিক্ষণ

Understand Web3 fundamentals, Bitcoin, Solana, market risks, and safe trading practices.

Bitcoin, Web3, Solana, বজাৰৰ বিপদাশংকা আৰু সুৰক্ষিত ট্ৰেডিং পদ্ধতিৰ সম্যক জ্ঞান।

What it is এইটো কি

For beginners seeking honest, safety-first education before engaging with digital assets.

ক্ৰিপ্ট' সম্পৰ্কে কৌতূহলী নতুন শিকাৰুসকলৰ বাবে সজাগতা আৰু সুৰক্ষামূলক বিত্তীয় জ্ঞান।

What's inside ভিতৰত কি আছে

Crypto fundamentals, security checklists, risk evaluation guides, and scam prevention tips.

ক্ৰিপ্ট' মৌলিক শিক্ষা, সুৰক্ষা চেকলিষ্ট, বিপদাশংকা মূল্যায়ণ আৰু প্ৰৱঞ্চনা প্ৰতিৰোধ টিপছ।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
AI For 21st Century Kids - Young Tech Minds
AIEducationKids
Live

AI For 21st Century Kids - Young Tech Minds

AI For 21st Century Kids - শিশুসকলৰ বাবে AI শিক্ষা

Empowering children to understand AI, safety, ethics, and digital creativity.

কোমলমতী শিশুসকলক AI, ডিজিটেল সুৰক্ষা আৰু সৃষ্টিশীল প্ৰযুক্তিৰ সৈতে চিনাকি কৰাই দিয়া।

What it is এইটো কি

For kids, parents, and teachers to explore AI principles in an engaging, age-appropriate environment.

শিশু, অভিভাৱক আৰু শিক্ষকসকলৰ বাবে আনন্দদায়ক আৰু বয়স-উপযোগী পৰিৱেশত AI শিকাৰ মঞ্চ।

What's inside ভিতৰত কি আছে

Kid-friendly AI projects, digital safety modules, ethical guidelines, and interactive learning cards.

শিশু-অনুকূল AI প্ৰকল্প, অনলাইন সুৰক্ষা পাঠ, নৈতিক ব্যৱহাৰ আৰু আকৰ্ষণীয় শিকাৰ কাৰ্ড।

Read full wiki → সম্পূৰ্ণ wiki পঢ়ক →
Coming Soon আগলৈ আহিব

We are working on these — stay tuned.

আমি এইসমূহত কাম কৰি আছোঁ — লগতে থাকক।

EarnWhileLearn - Modern Digital Careers
FinanceEducation
Coming Soon

EarnWhileLearn - Modern Digital Careers

EarnWhileLearn - পঢ়াৰ সৈতে উপাৰ্জনৰ পথ

Explore ethical side-projects, freelancing, content creation, and remote micro-tasks.

পঢ়াৰ সমান্তৰালভাৱে ফ্ৰীলান্সিং, কন্টেন্ট ক্ৰিয়েশ্যন আৰু ডিজিটেল উপাৰ্জনৰ সঠিক পথ।

What it is এইটো কি

For students and young professionals seeking flexible, skill-building income opportunities.

ছাত্ৰ-ছাত্ৰী আৰু নতুন শিকাৰুসকলৰ বাবে পঢ়াৰ ক্ষতি নকৰাকৈ আত্মনিৰ্ভৰশীল হোৱাৰ পথনিৰ্দেশ।

What's inside ভিতৰত কি আছে

Earning path directory, portfolio project templates, freelancing guides, and success stories.

উপাৰ্জন পদ্ধতি ডাইৰেক্টৰী, ফ্ৰীলান্সিং গাইড, প্ৰকল্প টেমপ্লেট আৰু প্ৰেৰণাদায়ক কাহিনী।

Coming Soon → আগলৈ আহিব →
FutureReady Kids Lab - Future Tech Skills
EducationKidsAI
Coming Soon

FutureReady Kids Lab - Future Tech Skills

FutureReady Kids Lab - ভৱিষ্যতৰ প্ৰযুক্তি প্ৰয়োগশালা

Hands-on STEM projects, robotics basics, and logical thinking for young innovators.

কোডিং, ৰবটিক্স আৰু নতুন চিন্তাৰে শিশুসকলক ভৱিষ্যতৰ প্ৰযুক্তিৰ বাবে প্ৰস্তুত কৰা।

What it is এইটো কি

For parents and schools to foster early STEM skills, problem solving, and technological curiosity.

অভিভাৱক আৰু শিক্ষকসকলৰ বাবে সৰু অৱস্থাতে শিশুসকলৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দক্ষতা বৃদ্ধিৰ সঁজুলি।

What's inside ভিতৰত কি আছে

Age-customized STEM activities, robotics project guides, and logic-building puzzles.

বয়স অনুসৰি STEM ক্ৰিয়াকলাপ, ৰবটিক্স গাইড আৰু তৰ্কমূলক চিন্তাৰ খেল।

Coming Soon → আগলৈ আহিব →
Curious Kids - Questions & Innovation
CommunityEducationKids
Coming Soon

Curious Kids - Questions & Innovation

Curious Kids - কৌতূহলী শিশুৰ প্ৰশ্ন মঞ্চ

A safe, moderated forum for children to ask big questions and explore science & tech.

বিজ্ঞান আৰু প্ৰযুক্তিৰ ডাঙৰ প্ৰশ্নসমূহ সুধি নতুন বস্তু অন্বেষণ কৰাৰ এক সুৰক্ষিত ঠাই।

What it is এইটো কি

For young inquiring minds to ask questions, showcase small projects, and learn together safely.

কৌতূহলী শিশুসকলৰ বাবে প্ৰশ্ন সুধিবলৈ আৰু একেলগে নতুন ধাৰণা শিকাৰ বাবে এক সুৰক্ষিত সম্প্ৰদায়।

What's inside ভিতৰত কি আছে

Moderated Q&A forum, fun science experiments, mentor support, and kid-safe interactions.

নিয়ন্ত্ৰিত Q&A ফোৰাম, সৰল বিজ্ঞান পৰীক্ষা, মেণ্টৰ সমৰ্থন আৰু সুৰক্ষিত পৰিৱেশ।

Coming Soon → আগলৈ আহিব →

If you want, you can contribute.

যদি আপুনি চায়, আপুনি অৱদান আগবঢ়াব পাৰে।

No matter who you are — student, professional, kid, or lifelong learner — there is a place for you here. Everyone can contribute.

আপুনি যিয়েই হওক — শিক্ষাৰ্থী, পেশাদাৰ, শিশু, বা আজীৱন শিক্ষাৰ্থী — ইয়াত আপোনাৰ বাবে স্থান আছে। প্ৰতিজনে অৱদান আগবঢ়াব পাৰে।