WhatAfter12 - Career Clarity Guidance
WhatAfter12 - কেৰিয়াৰ স্পষ্ট নিৰ্দেশিকা
Know all higher education paths, jobs & earning opportunities after 12th in the age of AI.
AI যুগত দ্বাদশ শ্ৰেণীৰ পিছত উচ্চ শিক্ষা, চাকৰি আৰু উপাৰ্জনৰ সকলো পথ চিনি পাওক।
What it is
এইটো কি
For students and parents who want clear, actionable guidance on what to study and where to build a future career.
উচ্চ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে কেৰিয়াৰ বাছনিৰ এক স্পষ্ট আৰু নিৰ্ভৰযোগ্য নিৰ্দেশিকা।
What's inside
ভিতৰত কি আছে
Career path explorer, college finder guide, job market insights, AI impact analysis, and skill roadmaps.
কেৰিয়াৰ পথ অন্বেষণকাৰী, মহাবিদ্যালয় নিৰ্বাচন গাইড, চাকৰি বজাৰৰ বিশ্লেষণ, AI প্ৰভাৱ আৰু উপাৰ্জনৰ পথনিৰ্দেশ।
Future improvements
ভৱিষ্যত উন্নতিসমূহ
Add AI-powered career counseling chatbot, regional language support for Northeast India, and skill development integration.
AI-চালিত কেৰিয়াৰ পৰামৰ্শদাতা চেটবট, উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ সমৰ্থন আৰু চৰকাৰী দক্ষতা বিকাশ আঁচনিৰ সংযোগ।
Frequently asked questions about WhatAfter12 - Career Clarity Guidance
WhatAfter12 - Career Clarity Guidanceৰ বিষয়ে প্ৰশ্নোত্তৰ
Is WhatAfter12 free for students?
WhatAfter12 ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া নেকি?
Yes, WhatAfter12 is completely free. There are no hidden charges or premium tiers. All career guidance, college information, and job market insights are available to everyone.
হয়, WhatAfter12 সম্পূৰ্ণ বিনামূলীয়া। ইয়াত কোনো ধৰণৰ লুকাই থকা মাচুল বা premium ব্যৱস্থা নাই। কেৰিয়াৰৰ নিৰ্দেশনা, মহাবিদ্যালয়ৰ তথ্য আৰু চাকৰিৰ বজাৰৰ বিশ্লেষণ সকলোৰে বাবে উপলব্ধ।
Does it cover careers in Assam specifically?
ইয়াত বিশেষভাৱে অসমৰ চাকৰিৰ বিষয়ে তথ্য আছেনে?
Yes. While we cover national and global career paths, we have dedicated sections for Assam-specific opportunities, local colleges, and regional job markets.
হয়। আমি ৰাষ্ট্ৰীয় আৰু গোলকীয় কেৰিয়াৰৰ লগতে অসমৰ স্থানীয় সুযোগ-সুবিধা, মহাবিদ্যালয়সমূহ আৰু আঞ্চলিক চাকৰিৰ বজাৰৰ বাবে বিশেষ শিতান ৰাখিছোঁ।
Can I use WhatAfter12 for career counseling sessions?
মই কেৰিয়াৰ কাউন্সেলিং ছেছনৰ বাবে WhatAfter12 ব্যৱহাৰ কৰিব পাৰোঁনে?
Absolutely. WhatAfter12 is designed to be used by both students and counselors. The platform provides structured information that can support counseling sessions.
নিশ্চয়। WhatAfter12 ছাত্ৰ-ছাত্ৰী আৰু কাউন্সেলৰ দুয়োপক্ষই ব্যৱহাৰ কৰিব পৰাকৈ সজাই তোলা হৈছে। এই প্লেটফৰ্মত থকা সুসংগঠিত তথ্যই কাউন্সেলিং ছেছনত যথেষ্ট সহায় কৰিব।
Is the data on job markets updated regularly?
চাকৰিৰ বজাৰৰ তথ্যসমূহ নিয়মীয়াকৈ আপডেট কৰা হয়নে?
Yes, we update job market data quarterly. We also add new career paths and emerging technologies as they become relevant.
হয়, আমি প্ৰতি তিনিমাহৰ মূৰে মূৰে চাকৰিৰ বজাৰৰ তথ্য আপডেট কৰোঁ। ইয়াৰ উপৰিও সময়ৰ লগে লগে নতুন কেৰিয়াৰ আৰু শেহতীয়া প্ৰযুক্তিৰ তথ্য ইয়াত সংযোগ কৰা হয়।
Ready to explore?
অন্বেষণ কৰিবলৈ প্ৰস্তুত?
Visit the live project or check out the source code on GitHub.
চলিত প্ৰকল্প চাওক বা GitHub ত ক'ড চাওক।