What We Build - Axomiya IT Labs
Our Focus Areas আমাৰ মনোযোগৰ ক্ষেত্ৰসমূহ

Eight pillars. One mission.

আঠটা স্তম্ভ। এটা লক্ষ্য।

AI applications and chatbots interface on a laptop screen

AI Applications

AI এপ্লিকেচনসমূহ

Practical AI tools for daily life, work, and local challenges.

দৈনন্দিন জীৱন, কৰ্মক্ষেত্ৰ আৰু স্থানীয় সমস্যাসমূহৰ বাবে ব্যৱহাৰিক AI সঁজুলি।

Students learning on an educational platform with AI tutor interface

Educational Platforms

শিক্ষামূলক প্লেটফৰ্মসমূহ

Self-paced, barrier-free learning for every skill level.

প্ৰতিটো স্তৰৰ বাবে নিজৰ গতিত বাধা-মুক্ত শিক্ষণ।

Kids playing educational learning games on a tablet device

Learning Games

শিক্ষণ গেমসমূহ

Making learning interactive, fun, and memorable for kids.

শিকাটোক গেমৰ জৰিয়তে আনন্দদায়ক আৰু মনত ৰখা সহজ কৰি তোলা।

Responsive website design showing mobile and desktop views

Bilingual Websites

দ্বিভাষিক ৱেবছাইটসমূহ

Fast, accessible, modern web experiences by default.

দ্ৰুত, সৰল আৰু স্বাভাৱিকতেই দ্বিভাষিক আধুনিক ৱেব ব্যৱস্থা।

Automation workflow dashboard with AI-powered task scheduling

Automation Tools

স্বয়ংক্ৰিয় সঁজুলিসমূহ

Eliminate repetitive tasks and focus on creative work.

পুনৰাবৃত্তিমূলক কামৰ পৰা মুক্তি পাই সৃষ্টিশীল কামত মনোনিৱেশ কৰক।

Personal finance dashboard showing expense tracking and savings goals

Personal Finance Tools

ব্যক্তিগত বিত্তীয় সঁজুলিসমূহ

Simple, transparent tools to plan, budget, and track money.

টকা-পইচাৰ পৰিকল্পনা আৰু বাজেট কৰাৰ সহজ সঁজুলি।

Developer coding on laptop with AI autocomplete suggestions

Developer Tools

ডেভেলপাৰ সঁজুলিসমূহ

Built by builders, for builders — shipping faster with confidence.

নিৰ্মাতাৰ দ্বাৰা নিৰ্মাতাৰ বাবে — দ্ৰুত আৰু নিৰ্ভুলভাৱে ক'ড প্ৰকাশ।

Assamese language keyboard and NLP text processing interface

Assamese Language Tech

অসমীয়া ভাষা প্ৰযুক্তি

NLP models, keyboards, fonts, and digital tools for অসমীয়া.

অসমীয়া ভাষাৰ বাবে NLP মডেল, ফণ্ট, কিবৰ্ড আৰু ডিজিটেল সঁজুলি।

Our Vision আমাৰ দৃষ্টিভঙ্গি

AI for everyone, built by everyone.

AI সকলোৰ বাবে, সকলোৰ দ্বাৰা নিৰ্মিত।

We imagine a future where AI removes every barrier — language, cost, skill, and background — so every person in Assam can understand technology, build with it, and benefit from it. You do not need to be an expert. You just need to start.

আমি এনে এক ভৱিষ্যতৰ কল্পনা কৰোঁ য'ত AI-য়ে প্ৰতিটো বাধা আঁতৰাই পেলায় — ভাষা, খৰচ, আৰু পটভূমি — যাতে অসমৰ প্ৰতিজন লোকে প্ৰযুক্তি বুজিব পাৰে আৰু তাৰ পৰা উপকৃত হ'ব পাৰে। আপুনি বিশেষজ্ঞ হ'বলৈ নালাগে। আপুনি কেৱল আৰম্ভ কৰিলেই হ'ল।

See our work আমাৰ কাম চাওক

Every project is open source, free, and ready to use.

প্ৰতিটো প্ৰকল্পও মুক্ত-উৎস, বিনামূলীয়া, আৰু ব্যৱহাৰৰ বাবে প্ৰস্তুত।

Explore live projects, see what is coming soon, and find one you want to contribute to. AI makes it easy to get started — just clone a repo and ask the community if you get stuck.

চলিত প্ৰকল্পসমূহ অন্বেষণ কৰক, আগলৈ কি আহিব চাওক, আৰু যিকোনো প্ৰকল্পত অৱদান আগবঢ়াওক। AI-য়ে আৰম্ভণি সহজ কৰি তোলে — কেৱল এটা ৰিপ'জিটৰী ক্ল'ন কৰক আৰু কিবা সমস্যা হ'লে সম্প্ৰদায়ক সোধক।