Automation Tools
স্বয়ংক্ৰিয় সঁজুলিসমূহ
Eliminate repetitive tasks and focus on creative work.
পুনৰাবৃত্তিমূলক কামৰ পৰা মুক্তি পাই সৃষ্টিশীল কামত মনোনিৱেশ কৰক।
The Problem We Solve
আমি সমাধান কৰা মূল সমস্যা
Small businesses and institutions waste countless manual hours on repetitive paperwork and file processing due to lack of accessible automation.
সৰু ব্যৱসায় আৰু অনুষ্ঠানসমূহে সৰল স্বয়ংক্ৰিয় সঁজুলিৰ অভাৱত দৈনিক ঘণ্টা ঘণ্টা সময় নথিপত্ৰৰ কামত নষ্ট কৰিবলগীয়া হয়।
Our Approach & Solution
আমাৰ সমাধান আৰু দৃষ্টিভংগী
Repetitive administration, manual data entry, and tedious report formatting consume valuable hours that could be spent on growth and creativity. Our open-source automation tools streamline daily workflows, connect online applications, and handle scheduled tasks reliably. Designed for non-technical users, small business owners, and regional office workers, every tool includes step-by-step guides in Assamese.
হাতৰে কৰা তথ্য ভৰোৱা, নথিপত্ৰ সজোৱা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ দৰে কামবোৰে মানুহৰ সময় আৰু শক্তি নষ্ট কৰে। আমাৰ মুক্ত-উৎস স্বয়ংক্ৰিয় সঁজুলিসমূহে এই কামবোৰ খন্তেকতে নিৰ্ভুলভাৱে কৰাত সহায় কৰে। সৰু ব্যৱসায়ী, দোকানদাৰ আৰু কাৰ্যালয়ৰ কৰ্মীসকলৰ বাবে সৰল অসমীয়া নিৰ্দেশিকাৰে এই সঁজুলিবোৰ নিৰ্মাণ কৰা হৈছে।
Expected Impact & Vision
প্ৰভাৱ আৰু দৃষ্টিভংগী
Empowering local productivity by letting AI handle manual tasks while humans focus on strategic, creative, and impactful decisions.
দৈনন্দিন ক্লান্তিকৰ কামবোৰ সঁজুলিৰ জৰিয়তে সম্পন্ন কৰি মানুহক সৃষ্টিশীল কাম কৰাৰ সুবিধা দিয়া।
See this technology in action
বাস্তৱ প্ৰকল্পসমূহত এই প্ৰযুক্তি চাওক
Explore our open-source projects or build a new tool alongside our community.
আমাৰ মুক্ত-উৎস প্ৰকল্পসমূহ অন্বেষণ কৰক বা সম্প্ৰদায়ৰ সৈতে এক নতুন সঁজুলি নিৰ্মাণ কৰক।