AI Applications
AI এপ্লিকেচনসমূহ
Practical AI tools for daily life, work, and local challenges.
দৈনন্দিন জীৱন, কৰ্মক্ষেত্ৰ আৰু স্থানীয় সমস্যাসমূহৰ বাবে ব্যৱহাৰিক AI সঁজুলি।
The Problem We Solve
আমি সমাধান কৰা মূল সমস্যা
Complex AI software is often expensive, closed-source, and strictly available in English, leaving regional language speakers behind.
জটিল AI ছফ্টৱেৰসমূহ প্ৰায়ে ব্যয়বহুল, বন্ধ-উৎস আৰু কেৱল ইংৰাজীত উপলব্ধ হোৱাৰ বাবে আঞ্চলিক ভাষীসকল প্ৰযুক্তিৰ পৰা আঁতৰত ৰৈ যায়।
Our Approach & Solution
আমাৰ সমাধান আৰু দৃষ্টিভংগী
Artificial Intelligence shouldn't be reserved for massive tech giants. We build custom, practical AI tools that assist people in their everyday routines — from Assamese-capable chatbots that answer complex queries in real time to automated assistants that handle tedious administrative tasks. We utilize open-source foundational models to maintain transparency and low infrastructure overhead. Everything is documented thoroughly in both Assamese and English so anyone can understand how the intelligence works under the hood.
কৃত্ৰিম বুদ্ধিমত্তা কেৱল ডাঙৰ প্ৰযুক্তি কোম্পানীবোৰৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। আমি দৈনন্দিন কামত সহায় কৰা ব্যৱহাৰিক AI সঁজুলি নিৰ্মাণ কৰোঁ — জটিল প্ৰশ্নৰ উত্তৰ দিয়া অসমীয়া চেটবটৰ পৰা আৰম্ভ কৰি পুনৰাবৃত্তিমূলক কাৰ্যালয়ৰ কাম চম্ভালা স্বয়ংক্ৰিয় সঁজুলিলৈকে। আমি স্বচ্ছতা বৰ্তাই ৰাখিবলৈ মুক্ত-উৎস মডেল ব্যৱহাৰ কৰোঁ। প্ৰতিটো এপ্লিকেচনৰ কাম কৰাৰ ধৰণ অসমীয়া আৰু ইংৰাজী দুয়োটাতে সৰলভাৱে বুজাই দিয়া হয়।
Expected Impact & Vision
প্ৰভাৱ আৰু দৃষ্টিভংগী
Democratizing AI so every student, freelancer, and shopkeeper in Assam can leverage state-of-the-art models as a daily working buddy.
অসমৰ প্ৰতিজন ছাত্ৰ, ফ্ৰীলেন্সাৰ আৰু ব্যৱসায়ীয়ে যাতে AI ক নিজৰ দৈনন্দিন সংগী হিচাপে ব্যৱহাৰ কৰিব পাৰে তাক সুনিশ্চিত কৰা।
See this technology in action
বাস্তৱ প্ৰকল্পসমূহত এই প্ৰযুক্তি চাওক
Explore our open-source projects or build a new tool alongside our community.
আমাৰ মুক্ত-উৎস প্ৰকল্পসমূহ অন্বেষণ কৰক বা সম্প্ৰদায়ৰ সৈতে এক নতুন সঁজুলি নিৰ্মাণ কৰক।