Responsive website design showing mobile and desktop views

"Simplicity is the soul of efficiency."

"সৰলতাই হৈছে কাৰ্যদক্ষতাৰ মূল আত্মা।"

— Austin Freeman

The Problem We Solve

আমি সমাধান কৰা মূল সমস্যা

Many modern websites are heavy, slow to load on 3G/4G networks in rural areas, and lack native support for regional languages.

বহুত আধুনিক ৱেবছাইট গধুৰ আৰু গ্ৰাম্য অঞ্চলৰ ধীৰ নেটৱৰ্কত ধীৰলৈ খোলে, লগতে অসমীয়া ভাষাৰ সঠিক সমৰ্থন নাথাকে।

Our Approach & Solution

আমাৰ সমাধান আৰু দৃষ্টিভংগী

We design websites that perform reliably for every user across Assam — even on slower mobile networks or older devices. Lightning-fast page load speeds, screen-reader accessibility, and instant language toggling between Assamese and English are foundational requirements. We publish all our website templates as open source so schools, local organizations, and creators can deploy their own sites for free.

আমি এনে ৱেবছাইট নিৰ্মাণ কৰোঁ যিয়ে ধীৰ গতিৰ ইণ্টাৰনেট বা সাধাৰণ মোবাইল ফোনতো দ্ৰুতভাৱে কাম কৰে। দ্ৰুত পেজ ল'ড, সহজ সজ্জা আৰু অসমীয়া-ইংৰাজী ভাষা সলনিৰ সুবিধা আমাৰ প্ৰতিটো ৱেবছাইটত থাকে। আমি আমাৰ সকলো ৱেবছাইট টেমপ্লেট মুক্ত-উৎস হিচাপে প্ৰকাশ কৰোঁ যাতে স্কুল, অনুষ্ঠান আৰু স্বতন্ত্ৰ নিৰ্মাতাসকলে নিজৰ বাবে ফ্ৰীত ব্যৱহাৰ কৰিব পাৰে।

Expected Impact & Vision

প্ৰভাৱ আৰু দৃষ্টিভংগী

High-performance, localized web templates that allow schools, startups, and community groups in Assam to establish a world-class digital presence.

উচ্চ মানদণ্ডৰ অসমীয়া টেমপ্লেট যাৰ জৰিয়তে অসমৰ যিকোনো অনুষ্ঠান বা বিদ্যালয়ে ডিজিটেল জগতত স্থান লাভ কৰিব পাৰে।

See this technology in action

বাস্তৱ প্ৰকল্পসমূহত এই প্ৰযুক্তি চাওক

Explore our open-source projects or build a new tool alongside our community.

আমাৰ মুক্ত-উৎস প্ৰকল্পসমূহ অন্বেষণ কৰক বা সম্প্ৰদায়ৰ সৈতে এক নতুন সঁজুলি নিৰ্মাণ কৰক।