Educational Platforms
শিক্ষামূলক প্লেটফৰ্মসমূহ
Self-paced, barrier-free learning for every skill level.
প্ৰতিটো স্তৰৰ বাবে নিজৰ গতিত বাধা-মুক্ত শিক্ষণ।
The Problem We Solve
আমি সমাধান কৰা মূল সমস্যা
Traditional online tech courses are overwhelmingly in English and charge steep subscription fees, creating an unfair barrier for regional students.
পৰম্পৰাগত অনলাইন কোৰ্চসমূহ বেছিভাগেই ইংৰাজীত আৰু ব্যয়বহুল, যিয়ে আঞ্চলিক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন অদৃশ্য প্ৰাচীৰ থিয় কৰায়।
Our Approach & Solution
আমাৰ সমাধান আৰু দৃষ্টিভংগী
Quality education must transcend language barriers and economic status. Our educational platforms deliver self-paced learning experiences complete with intelligent AI tutors, practice modules, and clear skill roadmaps. Whether a student is in Guwahati or a remote town in Upper Assam, they can master digital literacy, programming, and modern skills in their native language alongside English.
উচ্চ মানদণ্ডৰ শিক্ষা ভাষা বা স্থানৰ দ্বাৰা সীমিত হ'ব নালাগে। আমাৰ শিক্ষামূলক প্লেটফৰ্মসমূহে বুদ্ধিমত্তাসম্পন্ন AI টিউটৰ, অনুশীলন প্ৰশ্নোত্তৰ আৰু স্পষ্ট শিক্ষণ পথৰ সহায়ত নিজৰ গতিত শিকাৰ সুযোগ দিয়ে। গুৱাহাটীৰ ছাত্ৰই হওক বা দূৰৈৰ গাঁৱৰ শিক্ষাৰ্থীয়েই হওক — সকলোৱে অসমীয়া আৰু ইংৰাজীত প্ৰযুক্তিগত দক্ষতা লাভ কৰিব পাৰিব।
Expected Impact & Vision
প্ৰভাৱ আৰু দৃষ্টিভংগী
Free, open-source learning paths that equip anyone with real-world skills — from basic computer operation to modern AI tools.
বিনামূলীয়া, মুক্ত-উৎস শিক্ষণ পথ যিয়ে সকলোকে কম্পিউটাৰ শিকাৰ পৰা আৰম্ভ কৰি আধুনিক AI সঁজুলি ব্যৱহাৰলৈকে প্ৰকৃত দক্ষতা প্ৰদান কৰে।
See this technology in action
বাস্তৱ প্ৰকল্পসমূহত এই প্ৰযুক্তি চাওক
Explore our open-source projects or build a new tool alongside our community.
আমাৰ মুক্ত-উৎস প্ৰকল্পসমূহ অন্বেষণ কৰক বা সম্প্ৰদায়ৰ সৈতে এক নতুন সঁজুলি নিৰ্মাণ কৰক।