Kids playing educational learning games on a tablet device

"Play is the highest form of research."

"খেল হৈছে গৱেষণাৰ আটাইতকৈ উচ্চতম ৰূপ।"

— Albert Einstein

The Problem We Solve

আমি সমাধান কৰা মূল সমস্যা

Rote memorization and boring lectures often cause young learners to lose interest in core subjects like logic and science.

মুখস্থ কৰাৰ পৰম্পৰাগত পদ্ধতিয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান আৰু যুক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আগ্ৰহ কমাই পেলায়।

Our Approach & Solution

আমাৰ সমাধান আৰু দৃষ্টিভংগী

Children learn best when concept acquisition feels like exploration. Our educational games dynamically adjust difficulty using adaptive logic, ensuring students stay engaged without getting overwhelmed. Covering subjects from foundational mathematics and Assamese vocabulary to logical problem solving, each game is designed with input from educators to maximize retention while keeping play at the center.

যেতিয়া শিকাৰ প্ৰক্ৰিয়াটো খেলৰ দৰে লাগে, তেতিয়া শিশুসকলে আটাইতকৈ ভালদৰে শিকে। আমাৰ শিক্ষামূলক গেমসমূহে প্ৰতিজন ছাত্ৰৰ সামৰ্থ্য অনুসৰি অসুবিধাৰ স্তৰ সলনি কৰে, যাতে শিশুসকলে বিৰক্ত নোহোৱাকৈ ৰং-ধেমালিৰ মাজেৰে শিকিব পাৰে। অসমীয়া শব্দকোষৰ পৰা গণিত আৰু ক'ডিং-ৰ মূল সূত্ৰলৈকে সকলো গেমৰ জৰিয়তে শিকা যায়।

Expected Impact & Vision

প্ৰভাৱ আৰু দৃষ্টিভংগী

Engaging, gamified tools in Assamese and English that build genuine curiosity and problem-solving skills from an early age.

সৰু অৱস্থাই পৰাই শিশুসকলৰ মনত কৌতূহল আৰু সমস্যা সমাধানৰ ক্ষমতা গঢ়ি তোলাৰ বাবে কৌতুকপূৰ্ণ গেম নিৰ্মাণ।

See this technology in action

বাস্তৱ প্ৰকল্পসমূহত এই প্ৰযুক্তি চাওক

Explore our open-source projects or build a new tool alongside our community.

আমাৰ মুক্ত-উৎস প্ৰকল্পসমূহ অন্বেষণ কৰক বা সম্প্ৰদায়ৰ সৈতে এক নতুন সঁজুলি নিৰ্মাণ কৰক।