Krittimat - AI Tools & Prompts Hub

What it is

এইটো কি

For creators, developers, and learners to discover, compare, and master top AI platforms in one place.

সৃষ্টিকৰ্তা, ডেভেলপাৰ আৰু শিকাৰুসকলৰ বাবে এক স্থানতে শ্ৰেষ্ঠ AI সঁজুলিসমূহ বিচাৰি তুলনা কৰাৰ মঞ্চ।

What's inside

ভিতৰত কি আছে

Curated tool directory, verified prompt library, tool comparison engine, and user reviews.

সঁজুলি ডাইৰেক্টৰী, পৰীক্ষিত প্ৰম্প্ট লাইব্ৰেৰী, সঁজুলি তুলনা এঞ্জিন আৰু সম্প্ৰদায়ৰ পৰ্যালোচনা।

Future improvements

ভৱিষ্যত উন্নতিসমূহ

Add community ratings, prompt sharing marketplace, and native mobile application.

ব্যৱহাৰকাৰীৰ ৰেটিং, প্ৰম্প্ট শ্বেয়াৰিং মঞ্চ আৰু মোবাইল এপ্লিকেচন সংস্কৰণ।

FAQ সাধাৰণ প্ৰশ্ন

Frequently asked questions about Krittimat - AI Tools & Prompts Hub

Krittimat - AI Tools & Prompts Hubৰ বিষয়ে প্ৰশ্নোত্তৰ

Is Krittimat free to use?

Krittimat ব্যৱহাৰ কৰিবলৈ বিনামূলীয়া নেকি?

Yes. The tool directory and prompt library are free for everyone. We may add premium features in the future, but core access will always remain free.

হয়। সঁজুলিৰ ডাইৰেক্টৰী আৰু prompt লাইব্ৰেৰী সকলোৰে বাবে বিনামূলীয়া। আমি ভৱিষ্যতে premium সুবিধা সংযোগ কৰিব পাৰোঁ, কিন্তু মূল সুবিধাসমূহ সদায় বিনামূলীয়া হৈ থাকিব।

Are the AI tools reviewed by the team?

AI সঁজুলিসমূহ আপোনালোকৰ দলৰ দ্বাৰা পৰীক্ষা কৰা হয়নে?

Yes. Every tool listed on Krittimat is tested and reviewed by our team. We verify pricing, features, and actual usability before adding any tool to the directory.

হয়। Krittimat-ত তালিকাভুক্ত প্ৰতিটো সঁজুলি আমাৰ দলে পৰীক্ষা কৰে। ডাইৰেক্টৰীত কোনো সঁজুলি যোগ কৰাৰ আগতে আমি ইয়াৰ মূল্য, সুবিধাসমূহ আৰু ব্যৱহাৰযোগ্যতা ভালদৰে পৰীক্ষা কৰোঁ।

Can I submit a new AI tool to Krittimat?

মই Krittimat-লৈ নতুন AI সঁজুলি জমা দিব পাৰোঁনে?

Yes! We welcome community submissions. You can suggest a tool by opening an issue on our GitHub repository with the tool name, description, and category.

হয়! ৰাইজৰ ফালৰ পৰা অহা প্ৰস্তাৱক আমি আদৰণি জনাওঁ। আপুনি আমাৰ GitHub repository-ত সঁজুলিটোৰ নাম, বিৱৰণ আৰু শ্ৰেণী উল্লেখ কৰি এটা issue খোলাৰ জৰিয়তে প্ৰস্তাৱ আগবঢ়াব পাৰে।

Does Krittimat support regional languages?

Krittimat-এ আঞ্চলিক ভাষাসমূহ সমৰ্থন কৰেনে?

Currently, Krittimat is available in English and Assamese. We plan to add more regional languages based on community demand.

বৰ্তমান Krittimat ইংৰাজী আৰু অসমীয়া ভাষাত উপলব্ধ। ৰাইজৰ অনুৰোধৰ ভিত্তিত আমি ভৱিষ্যতে আন আঞ্চলিক ভাষাসমূহো সংযোগ কৰাৰ পৰিকল্পনা কৰিছোঁ।

Ready to explore?

অন্বেষণ কৰিবলৈ প্ৰস্তুত?

Visit the live project or check out the source code on GitHub.

চলিত প্ৰকল্প চাওক বা GitHub ত ক'ড চাওক।